ভঁৰালৰ তলত ওলাল 27 লাখ টকা

By

Published : Aug 13, 2021, 10:56 PM IST

thumbnail

গোলাঘাটৰ থুৰামুখৰ এটা পৰিয়ালত উদ্ধাৰ হৈছে সাতাইশ লাখ টকা ৷ নাগালেণ্ড আৰক্ষীৰ সহযোগত গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই বৃহৎ ধনৰাশি ৷ থুৰামুখৰ মিণ্টু তাঁতীৰ নামৰ লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই ধনখিনি ৷ নগালেণ্ডৰ এটা কোম্পানীত কৰ্মৰত মিণ্টু তাঁতীয়ে কোম্পানীটোৰ পৰা এই বৃহৎ ধনৰাশি হৰলুকি কৰিছিল ৷ মিণ্টুৱে ককাক-আইতাকৰ ঘৰত, ভঁৰালৰ তলত লুকুৱাই ৰাখিছিল এই ধনখিনি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.