বিশ্বনাথত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

By

Published : Oct 18, 2021, 7:44 PM IST

thumbnail

সামাজিক মাধ্যমত সত্যৰঞ্জন বৰাই ইছলাম ধৰ্মক টাৰ্গেট কৰি কিছু আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ পাচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ ইছলাম ধৰ্ম প্ৰৱৰ্তক হজৰত মহম্মদক ডকাইতৰ সৈতে তুলনা কৰাৰ উপৰিও অশ্লীল আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৷ সত্যৰঞ্জন বৰাৰ এই আপত্তিজনক মন্তব্যৰ পাচতে সোমবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীৰ বিৰুদ্ধে এজাৰৰ দাখিল কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.