গুৱাহাটী বিভিন্ন গীৰ্জাঘৰত বৰদিন পালন

By

Published : Dec 25, 2021, 8:49 PM IST

thumbnail

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শনিবাৰে উদযাপন কৰা হয় পবিত্ৰ বৰদিন(Christmas Celebration in Guwahati) । বৰদিনক কেন্দ্ৰ কৰি মহানগৰীত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে । পাণবজাৰৰ ডনবস্কো গীৰ্জাঘৰ, খ্ৰাইষ্ট গীৰ্জাঘৰ, গুৱাহাটী বেপ্তিষ্ট গীৰ্জাঘৰ (Guwahati Baptist Church)কে ধৰি মহানগৰীৰ বিভিন্ন গীৰ্জাত বৰদিন উপলক্ষ্যে দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয় । পুৱা গীৰ্জাঘৰত উপাসনা কৰাৰ পিছতে দৰ্শনাৰ্থীসকলে গীৰ্জালৈ আহি মমবাতি জ্বলাই প্ৰাৰ্থনা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.