বিজনীত বিপিএফ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে হাগ্ৰামাই

By

Published : Mar 30, 2021, 7:38 PM IST

thumbnail

চিৰাঙৰ বিজনী সমষ্টিৰ আলুখুন্দাত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপিএফৰ কমল সিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰী, দেৱব্ৰত শইকীয়া আৰু অপুৰ্ব ভট্টাচাৰ্য্যই । এই নিৰ্বাচনী সভাত দেৱব্ৰত শইকীয়াই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিব বুলি দাবী কৰে ৷ অনুষ্ঠানত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰা পৰিলক্ষিত হয় ৷ তদুপৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁটে 20 তকৈ অধিক আসন কৰিব বুলিও মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.