ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : May 18, 2021, 12:30 PM IST

thumbnail

লাকুৱাৰ ৰীগৰ পৰা অপহৃত হোৱা অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ ঘৰত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । পৰিয়ালৰ লোকক সাক্ষাৎ কৰি অতি সোনকালে ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.