কৰিমগঞ্জত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী

By

Published : Sep 10, 2021, 10:22 PM IST

thumbnail
()

কৰিমগঞ্জৰ লক্ষী বজাৰত উদ্ধাৰ হৈছে অগ্নিদগ্ধ অৱস্থাত এগৰাকী যুৱতী ৷ জানিবপৰা মতে, যুৱতী গৰাকীৰ দেহৰ 60 শতাংশ অগ্নিদগ্ধ হয় ৷ ৰহস্যজনকভাৱে অগ্নিদগ্ধ অৱস্থাত যুৱতীগৰাকী উদ্ধাৰ হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইপিনে যুৱতী গৰাকীক একাংশ স্থানীয় ৰাইজে উদ্ধাৰ কৰি কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ একেদৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.