23 বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা বাংলাদেশৰ জ্যেষ্ঠ ভাতৃক বিচাৰি পালে কনিষ্ঠ ভাতৃয়ে

By

Published : May 18, 2019, 9:13 PM IST

thumbnail

তেজপুৰ,১৮ মে': সুদীৰ্ঘ 23 বছৰ কাল এটা পৰিয়ালে এজন যুৱকক বিচাৰি হাহাকাৰ কৰাৰ পাচত বাংলাদেশৰ উচ্চায়ুক্তৰ তৎপৰতাত শুকুৰবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পত জ্যেষ্ঠ ভাতৃক লগ পায় অভিভূত হৈ পৰে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কি কয় তেওঁৰ কনিষ্ঠ ভাতৃয়ে চাও আহক এক প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.