সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কলগাছিয়া জিলা আমছুৰ এজাহাৰ

By

Published : Oct 18, 2021, 8:38 PM IST

thumbnail

কলগাছিয়া জিলা আমছুৱে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ নবী হজৰত মহম্মদক লৈ বিৰ্তকিত মন্তব্য কৰা পাচতে কলগাছিয়া জিলা আমছুৰ এটা সজাতি দলে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.