ইটিভি ভাৰতৰে অভিনেতা চনু চুডৰ বিশেষ সাক্ষাৎকাৰ...

By

Published : Jun 14, 2021, 9:22 AM IST

thumbnail

অভিনয়ৰ উপৰিও বিগত দুটা বছৰত অভিনেতা চনু চুডে সমাজ সেৱাৰ বাবেহে অধিক সমাদৰ লাভ কৰিছে ৷ ক’ভিড মহামাৰীৰ এই ভয়াৱহ সময়ছোৱাত অভিনেতাগৰাকীয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁৰ অনুৰাগীৰ উপৰিও সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে ৷ সাধাৰণতে ছবিৰ পৰ্দাত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা অভিনেতাগৰাকীক ৰিয়েল লাইফত হিৰ’ৰ ভূমিকাত দেখিবলৈ পোৱা গৈছে ৷ চাওঁক ইটিভি ভাৰতৰে অভিনেতাগৰাকীৰ এটি বিশেষ সাক্ষাৎকাৰ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.