মঙলদৈত কেঁকোসাপসহ দুই সৰবৰাহকাৰীক আটক

By

Published : May 1, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মঙলদৈত কেকোঁসাপ জব্দ । মঙলদৈৰ নিকটৱৰ্তী ধুলা আৰক্ষীয়ে কেঁকোসাপসহ দুজনক আটক কৰে (Gecko rescued in Mangaldoi)। আটকাধীন ব্যক্তিকেইজন ক্ৰমে শুকুৰ আলি আৰু আব্বাছ আলি । দুয়োৰে ঘৰ দলগাঁৱৰ গৰিয়াঝাৰত বুলি জানিব পৰা গৈছে । ধুলা আৰক্ষীয়ে আটক কৰি দুয়োকে কৰি মংগলদৈ খণ্ড বন বিভাগক গতাই দিয়ে । মঙলদৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত সোধপোচ কৰি আটকাধীন দুয়োকে আদালতত হাজিৰ কৰোৱাব বুলি জানিবলৈ দিয়ে বন বিষয়া ত্ৰিদিপ ৰঞ্জন চৌধুৰীয়ে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.