Crime in Dhemaji: অসম অৰুণাচল সীমান্তত চোৰৰ উপদ্রৱত আতংকিত ৰাইজ

By

Published : May 21, 2023, 9:33 PM IST

thumbnail

জোনাই, ২১ মে': অসম-অৰুণাচল সীমান্তত চোৰৰ উপদ্রৱ (Theft in Assam Arunachal border) । কেইদিনমান পূৰ্বে জোনাই দৈনিক বজাৰত ৬ খনকৈ ব্যাৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে তলা ভাঙি লাখৰো অধিক নগদ ধন আৰু সামগ্রী লুটি নিয়াৰ মাজতে শুকুৰবাৰে নিশা পুনৰ অসম -অৰুণাচল সীমান্তৰ ৰুকচিন বজাৰত দুখন ব্যৱসায়িক প্রতিষ্ঠানত চুৰি কাৰ্য সংঘটিত হয় (Theft in Ruksin Market at Dhemaji)।  

শুকুৰবাৰে নিশা অসম-অৰুণাচল সীমান্তৰ ৰুকচিন চেক গেটৰ নিচেই কাষতে থকা সুৰজ বেকাৰী আৰু এখন দোকানত নিশা টিন কাটি আৰু চিলিং ভাঙি চোৰে চুৰি কাণ্ড সংঘটিত কৰে ৷ ইপিনে, এই চুৰি কাৰ্যৰ সকলো দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷ ইয়াৰ মাজতেই চোৰে কাটি দিয়ে চিচিটিভি কেমেৰাৰ সংযোগ ৷ চুৰি কাণ্ডৰ সন্দৰ্ভত ৰুকচিন আৰক্ষী থানাত ইতিমধ্য়ে এজাহাৰ দাখিল কৰা হৈছে ।

লগতে পঢ়ক:outstation candidates appointment controversy:বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ বিৰোধিতা অসমীয়া যুৱ মঞ্চৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.