ইছলাম আৰু কোৰাণৰ প্ৰসংগত পুনৰ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ

By

Published : Aug 29, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

‘‘ইছলামৰ একমাত্ৰ চৰিত্ৰ সন্ত্ৰাসবাদ ৷ কোৰাণত সন্ত্ৰাসবাদৰ বাহিৰে একো নাই’’ - সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এনে বহু বিতৰ্কিত মন্তব্য কৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Satya Ranjan Bora on Islam)৷ মাদ্ৰাছাসমূহ সন্ত্ৰাসবাদৰ কাৰখানা বুলিও উল্লেখ কৰিলে সত্যৰঞ্জন বৰাই (Hindu Politician Satya Ranjan Bora) ৷ চাণক্য নীতিক(Chanakya Niti) সুঁৱৰি বৰাই কয় যে, মাতৃও যদি দুষ্ট হয় তেন্তে তেওঁক ত্যাগ কৰা উচিত ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.