Mission against polythene: পলিথিনৰ বিৰোধিতাৰে ৰাজপথত নাৰী সমাজ

By

Published : Mar 31, 2023, 10:57 AM IST

thumbnail

বৰপেটা ৰোড, 31 মাৰ্চ : চৰকাৰে পলিথিনৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও বৰপেটাৰোডত বৰ্তমানেও অবাধে চলি আছে পলিথিনৰ ব্যৱহাৰ । বৰপেটা ৰোড চহৰখন পলিথিন মুক্ত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে সন্ধিয়া ওলাই আহিল চহৰখনৰ নাৰী সমাজ  ৷ বৰপেটাৰোডৰ মহিলা সমাজে স্বচ্ছতা মাছাল মাৰ্চ কাৰ্যসূচীৰ অধীনত মহিলা গোটৰ সদস্যসকলে চহৰখনত প্লাষ্টিক বৰ্জনৰ দাবী জনাই এক ৰেলী উলিয়ায় (Mission against polythene in Barpeta) ৷ 

সৰ্বস্তৰৰ ৰাইজৰ মাজত পলিথিন বিৰোধী সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ নাৰী সমাজে বিভিন্ন ধৰণৰ প্লাষ্টিক বিৰোধী শ্ল’গান দি সকলোকে পলিথিন বৰ্জন কৰি বৰপেটাৰোড চহৰখন পলিথিন মুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় (Rally for raise awareness against polythene) ৷

লগতে পঢ়ক : Oil theft racket busted: ডিগবৈত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.