Road accident in Kalgachia: কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Nov 12, 2022, 10:23 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াত বিয়লিভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Kalgachia) । জানিব পৰা মতে খাৰবাল্লীৰ পৰা কলগাছিয়া অভিমুখে তীব্ৰবেগী নম্বৰ বিহীন ট্ৰেক্টৰে মফিজ নামৰ এজন ব্যক্তিক খুন্দা মাৰি তাৰ পৰা ট্ৰেক্টৰ লৈ পলায়ন কৰে । পিছমুহূৰ্তত ৰাইজে ট্ৰেক্টৰসহ চালকক খেদি খেদি কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায় । ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিগৰাকীক গুৰুত্বৰভাৱে আহত অৱস্থাত বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (One injured in accident) । পৰৱৰ্তী সময়ত ৰাইজে উদণ্ড ট্ৰেক্টৰ চালক আৰু নম্বৰপ্লেটবিহীন ট্ৰেক্টৰ কলগাছিয়া আৰক্ষী থানাত গতাই দিয়ে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.