পূজা মণ্ডপত ঢাক বজোৱাত ব্যস্ত বিধায়ক প্ৰশান্ত ফুকন

By

Published : Oct 4, 2022, 4:05 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

সততে চৰ্চাত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক এইবাৰ শাৰদীয় বতৰত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী ৰূপত (Dibrugarh mla Prasanta Phukan) । বিভিন্ন সময়ত ভিন্ন ৰাজনৈতিক কাৰণত সংবাদ মাধ্যমৰ শীৰ্ষ দখল কৰি থকা বিধায়ক ফুকনক এইবাৰ দেখা গ'ল সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত । পূজাৰ আনন্দত মতলীয়া ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন । ডিব্ৰুগড় চহৰৰ শান্তিপাৰাৰ এখন পূজা মণ্ডপত ঢাক-ঢোল বজোৱাত ব্যস্ত দেখিবলৈ পোৱা গ'ল ডিব্ৰুগড়ৰ বিধায়কজনক । ঢাক বজোৱাৰ সমান্তৰালভাৱে পূজাৰ ভোগ-প্ৰসাদ বিতৰণটো ব্যস্ত দেখিবলৈ পোৱা গ'ল বিধায়ক প্ৰশান্ত ফুকনক(MLA Prasanta Phukan) ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.