Namrup BVFCL: নামৰূপ সাৰ কাৰাখানা বন্ধক লৈ প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Jul 23, 2023, 9:10 PM IST

thumbnail

মাজুলী, 23 জুলাই :"অসমৰ ইটোৰ পাচত সিটো মূল্যবান সম্পত্তি বিক্ৰী হোৱা পাচত কোন দিনা অসমীয়া জাতি বিক্ৰী হ'ব তাৰ স্থিৰতা নাই আজিৰ দিনত ৷ আমাকো কোনদিনা বিক্ৰী কৰি দিয়ে তাৰ ঠিকনা নাই ৷ আমাৰ অৰ্থনীতি বেলেগৰ কঁকালৰ গাঁঠিলৈ গুচি গ’ল ৷ আমি সাধাৰণতে পথাৰ আমাৰ বজাৰ বুলি কওঁ, এতিয়া তাত আৰু কেইটামান শ্লোগান যোগ হ’ব ৷ পথাৰ আমাৰ, বজাৰ আমাৰ, জাতি আমাৰ, ভাষা আমাৰ, দেশ আমাৰ বুলি বেলেগে চিঞৰিব, আপোনালোকে সাজু হৈ থাকক ৷ ফ্ৰী চাউল, ফ্ৰী সামগ্ৰী লৈ লৈ এদিন অসমীয়া জাতিয়েই বিক্ৰী হ'ব ৷" প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়াই অসমৰ স্বাভিমান নামৰূপ সাৰ কাৰাখানা বন্ধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷ 

আলফা নেতাগৰাকীয়ে লগতে কয় যে, নামৰূপ সাৰ কাৰখানা বিষয়ে আমি সৰু কালৰ কিতাপ খনত পঢ়িব লাগিব ৷ নামৰূপ সাৰ কাৰাখান ইতিহাস হ’ব । 

লগতে পঢ়ক: Four lane construction in Halflong : ঘাইপথ নিৰ্মাণত গাফিলতিৰ অভিযোগ ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.