Crime in Golaghat:গোলাঘাটৰ অভয়জানত লোমহর্ষক হত্যাকাণ্ড

By

Published : Dec 22, 2022, 6:31 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

গোলাঘাটৰ অভয়জানত লোমহর্ষক হত্যাকাণ্ড (Murder at Golaghat)। গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত অভয়জানত হত্যা কৰি নিজ বাসগৃহ চৌহদত পেলাই থলে হৰেণ ভক্ত নামৰ লোকজনৰ মৃতদেহ (Death body recovered inBogijan at Golaghat)। বৃহস্পতিবাৰে বিয়লি স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো । অকলশৰীয়াকৈ বাস কৰা লোকজনক নিশা দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে । পিছত ঘটনাস্থলীত উপস্থিত হৈ বগীজান আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.