Christmas 2022 Preparation in Assam: ডিমা হাছাওত প্ৰাক্ বৰদিন উদযাপন

By

Published : Dec 22, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বৰদিন খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ তিনি দিন । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি (Christmas Preparation in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলোতো আৰম্ভ হৈছে বৰদিন পালনৰ পূৰ্ণ প্ৰস্তুতি (Christmas Preparation in Dima Hasao) ৷ জিলাখনৰ হাফলং ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু হাফলং ছেইণ্ট এগনেছ কনভেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলত বৃহস্পতিবাৰে উদযাপন কৰা হয় প্ৰাক্ বৰদিন উৎসৱ (Christmas celebration at Halflong)। খ্ৰীষ্টমাছ গীত আৰু নৃত্যৰে উদযাপন কৰা হৈছে প্ৰাক খ্ৰীষ্টমাছ উৎসৱ । খ্ৰীষ্টান মিছনাৰী বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে এই উৎসৱত অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.