Debabrata Saikia criticize BJP: বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় পতাকাখনক লৈও ব্যৱসায় কৰিছে: দেৱব্ৰত শইকীয়া

By

Published : Aug 11, 2022, 8:46 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে (75th Year of Independence Day of India) "স্বাধীনতাৰ গৌৰৱময় যাত্ৰা ৯ ৰ পৰা ১৫ আগষ্ট" শীৰ্ষক এক শোভাযাত্ৰা মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা হয় (Block Congress rally at Moran) । এই কাৰ্যসূচী ৰূপায়ণৰ বাবেই বৃহস্পতিবাৰে মৰাণত উপস্থিত হৈ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰে (Debabrata Saikia criticize BJP govt) । তেওঁ বিজেপিৰ ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীক কঠোৰভাৱে সমালোচনা কৰি কয় যে অসম চৰকাৰে অসমৰ শিপিনী সকলক ভাতে মৰাৰ পদক্ষেপ লৈছে । এককথাত বিজেপি চৰকাৰখনে ৰাষ্ট্ৰীয় পতাকাখনক লৈও ব্যৱসায় আৰম্ভ কৰি দিছে বুলি কংগ্ৰেছৰ নেতাজনে মন্তব্য কৰে । আনহাতে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলিও মন্তব্য প্ৰকাশ কৰি চৰকাৰক তেওঁ তীব্ৰ সমালোচনা কৰে (Debabrata Saikia comments on price hike) ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.