কলীয়াভোমোৰা দলঙত জিলা প্ৰসাসনৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি

By

Published : May 11, 2020, 2:35 PM IST

thumbnail

লক্ ডাউন কিছু পৰিমানে শিথিল হোৱাৰ পিছতে বহিঃৰাজ্যত আৱদ্ধ থকা লোক সকলে বৰ্তমান নিজ-নিজ ৰাজ্যলৈ উভতি অহা পৰিলক্ষিত হৈছে ৷ প্ৰশাসনৰ অনুমতি সাপেক্ষে স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মুকলি কৰা হৈছে বাছ আৰু ব্যক্তিগত বাহন সমূহ ৷ শোণিতপুৰ জিলাৰ প্ৰৱেশ পথ কলীয়াভোমোৰা দলঙৰ কাষত জিলা প্ৰশাসনে তেজপুৰ মেডিকেল কলেজৰ তত্বাৱধানত আৰম্ভ কৰিছে যাত্ৰী সকলৰ বাবে পৰীক্ষা কেন্দ্ৰ ৷ দলঙত প্ৰৱেশ কৰাৰ আগতে সকলো যাত্ৰীক আৰক্ষী আৰু চিকিৎসা বিভাগৰ লোকে পৰীক্ষা কৰাৰ অন্ততহে নিজ ঠাইলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.