ফুটবল খেলাত মগ্ন এটি কণমানি হাতী পোৱালি

By

Published : Apr 1, 2022, 10:37 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

প্ৰতিটো জীৱই আনন্দ উল্লাস কৰি ভাল পায় ৷ শৈশৱ কালৰ কণ কণ শিশুবোৰৰ দৰে জীৱ-জন্তুবোৰেও ৰং ধেমালি কৰি আনন্দ লাভ কৰে ৷ সম্প্ৰতি তেনে এক দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত, য'ত একান্তমনে এটি কণমানি হাতী পোৱালীয়ে খেলিছে ফুটবল(Baby Elephant viral video) ৷ শিৱসাগৰৰ কোনো এক স্থানৰ দৃশ্য এয়া ৷ ভিডিঅ'টোত দেখিবলৈ পোৱা অনুসৰি হাতী পোৱালিটোৰ সৈতে এজাক শিশু আৰু অন্য লোকেও লৈছে আমেজ(Baby Elephant enjoying playing football) । লোকসকলে কেমেৰাত বন্দী কৰা এই ভিডিঅ'টোৰ যোগেদি এতিয়া হাতী পোৱালিটোৱে লাভ কৰিছে ব্যাপক চৰ্চা ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.