Merry Christmas: 27 ফুট ওখ-60 ফুট বহল বিশাল ছাণ্টা ক্ল’জ প্ৰস্তুত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ

By

Published : Dec 25, 2022, 1:44 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

আজি শুভ বৰদিন ৷ খ্ৰীষ্টমাছৰ প্ৰাকমুহূৰ্তত আন্তৰ্জাতিক বলুকা শিল্পী সুদৰ্শন পাটনায়কে (Sand Artist Sudarsan Pattnaik) ওড়িশাৰ সাগৰৰ তীৰত ছাণ্টা ক্ল’জৰ এক বিশাল বিলাহীৰ ভাস্কৰ্য প্ৰস্তুত কৰি উলিয়াইছে ৷ এই 'মেৰী খ্ৰীষ্টমাছ' শীৰ্ষক বিশেষ ভাস্কৰ্যটো প্ৰস্তুত কৰি উলিয়াবলৈ শিল্পীগৰাকীয়ে প্ৰায় 1500 কিলোগ্ৰাম বিলাহী ব্যৱহাৰ কৰিছিল (Santa Claus With 1500 Kg Tomatoes)৷ এই বিশাল ভাস্কৰ্যটো 27 ফুট ওখ, 60 ফুট বহল (Sudarsan Pattnaik Creates Sculpture Of Santa Claus)৷ এই ছাণ্টা ক্ল’জটো প্ৰস্তুত কৰিবলৈ মোৰ শিক্ষাৰ্থীসকলেও সহযোগিতা আগবঢ়াইছিল বুলি শিল্পীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.