Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কসকল কোন কোন জানেনে ?

By

Published : Jun 22, 2022, 9:40 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

শিৱসেনাৰ নেতা তথা বিসম্বাদৰ প্ৰধান একনাথ চিন্দে(Shiv Sena MLA Eknath Shinde)ৰ লগত মহাৰাষ্ট্ৰৰ 40 জন বিধায়ক বুধবাৰে পুৱা আশ্ৰয় বিচাৰি গুৱাহাটীত উপস্থিত হয় ৷ বিসম্বাদী বিধায়কৰ দলটোত শিৱসেনাৰ ৩৪ জন বিধায়কৰ লগতে আছে ৭ জন নিৰ্দলীয় বিধায়ত ৷ শিৱসেনাৰ নেতা একনাথ চিন্দেৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা শিৱসেনাৰ বিসম্বাদী বিধায়কসকল(Rebel Shiv Sena MLA Eknath Shinde) কোন কোন জানেনে ? শিৱসেনাৰ বিসম্বাদী বিধায়কসকল... ১. মহেন্দ্ৰ থৰ্ভ ২. ভাৰত গোগাভালে ৩. মহেন্দ্ৰ দালভি ৪. অনিল বাবৰ ৫. মহেশ চিন্দে ৬. শ্বাহাজী পাটিল ৭. শম্ভুৰাজ দেশাই ৮. বালাজী কল্যাণকাৰ ৯. জ্ঞান ৰাজে চৌগুলে ১০. ৰমেশ বৰানাৰে ১১. তানাজী সাৱন্ত ১২. সন্দীপন ভুমৰে ১৩. আব্দুল সাত্তাৰ ১৪. নিতিন দেশমুখ ১৫. প্ৰকাশ চাৰ্ভ ১৬. কিশোৰ পাটিল ১৭. সুহাস কান্দে ১৮. সঞ্জয় শিৰসাত ১৯. প্ৰদীপ জয়ছোৱাল ২০. সঞ্জয় ৰায়লকাৰ ২১. সঞ্জয় গায়কৱাড় ২২. বিশ্বনাথ ভইৰ ২৩. ৰাজুমাৰ পেটেল ২৪. শান্তাৰাম অধিক ২৫. শ্ৰীনিবাস ভানাগা ২৬. প্ৰতাপ সৰনায়ক ২৭. প্ৰকাশ আবিটকাৰ ২৮. চিমানৰাও পাটিল ২৯. নৰেন্দ্ৰ বণ্ডেকাৰ ৩০. লতা সোনাৱানে ৩১. যামিনী যাদৱ ৩২. বালাজী কিনিকাৰ

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.