যোৰহাটত পিষ্টলসহ দুজনক আটক

By

Published : Mar 28, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

সোমবাৰে যোৰহাটৰ মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত নিউ সোণোৱাল গাঁৱত যোৰহাট আৰক্ষীয়ে অভিযান চলাই এটা পইন্ট ২২ পিষ্টল আৰু দুই জাই সজীৱ গুলীসহ দুই যুৱকক আটক কৰে (Jorhat police arrest two youth with pistol) ৷ লগতে AS03B5443 নম্বৰৰ এখন চুজুকী চামুৰাই বাইকো আৰক্ষীয়ে জব্দ কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে, মৰিয়নীৰ বুবুল গগৈ(39) আৰু পুলিবৰৰ ইন্দেশ্বৰ শইকীয়া(29) জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.