নিমাতী-মাজুলীৰ মাজত স্তব্ধ বিভাগীয় ফেৰী সেৱা

By

Published : Mar 27, 2022, 2:02 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

নিমাতী-মাজুলীৰ মাজত অৱশেষত বন্ধ হ’ল বিভাগীয় ফেৰী সেৱা (Departmental ferry service suspended in Majuli) ৷ মূলতঃ তেলৰ অভাৱতে বন্ধ হ’ল নিমাতী আৰু মাজুলীৰ মাজত চলাচল কৰা ৰ’পেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ (ferry service Suspended between Nimati and Majuli) ৷ যাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰ অফলামুখত এখন ফেৰীৰ বাবে যাত্ৰীয়ে হাহাকাৰ কৰা পৰিলক্ষিত হয় দেওবাৰে ৷ ৰ’পেক্সত টিকট কটাৰ পিছতো গন্তব্য স্থানলৈ যাবলৈ নোপোৱা যাত্ৰীসকলে এখন ফেৰীৰ বাবে ঘাটতে অপেক্ষা কৰিবলগীয়া হয় ৷ দৰাচলতে, তেলৰ ডিপোত বকেয়া ধন আদায় নিদিয়াৰ বাবে এই সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.