ETV Bharat / sukhibhava

মুখৰ দূৰ্গন্ধ-পোকে খোৱা দাঁতৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

author img

By

Published : Sep 22, 2022, 4:04 PM IST

Make effective home made herbal powder for tooth cavity and bad breath
মুখৰ দূৰ্গন্ধ-পোকে খোৱা দাঁতৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

মুখৰ পৰা ওলোৱা বেয়া গোন্ধই আপোনাৰ আত্মবিশ্বাস হ্ৰাস কৰাই নহয় ই আপোনাৰ মুখৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে । অত্যধিক মিঠা বা জাংক ফুড গ্ৰহণ কৰিলে মানুহৰ দাঁত ক্ষয় বা মুখৰ দুৰ্গন্ধৰ সমস্যা হ’বলৈ ধৰে । তলত উল্লেখিত এই যাদুকৰী বনৌষধি ৰেচিপিয়ে আপোনাক দাঁতত থকা পোকবোৰ আঁতৰোৱাই নহয় বৰঞ্চ আপোনাৰ মুখৰ দূৰ্গন্ধ আঁতৰোৱাত সহায় কৰিব ।

মুখৰ পৰা ওলোৱা বেয়া গোন্ধই আপোনাৰ আত্মবিশ্বাস হ্ৰাস কৰাই নহয় ই আপোনাৰ মুখৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে । অত্যধিক মিঠা বা জাংক ফুড গ্ৰহণ কৰিলে মানুহৰ দাঁত ক্ষয় বা মুখৰ দুৰ্গন্ধৰ সমস্যা হ’বলৈ ধৰে(tooth cavity and bad breath) ।

মুখত বাস কৰা বেক্টেৰিয়াই (Mouth bacteria)দাঁতবোৰ ফুটা কৰি নষ্ট কৰি পেলায় । এইটোৱেই হৈছে ক্ষতিগ্ৰস্ত অংশ যিটো দেখাত ক’লা ৰঙৰ দেখা যায় । যদি আপুনিও এই তালিকাত অন্তৰ্ভুক্ত, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ তলত উল্লেখিত এই যাদুকৰী বনৌষধি ৰেচিপিয়ে আপোনাক দাঁতত থকা পোকবোৰ আঁতৰোৱাই নহয় বৰঞ্চ আপোনাৰ মুখৰ দূৰ্গন্ধ আঁতৰোৱাত সহায় কৰিব(Make effective home made herbal powder for tooth) ।

এই বনৌষধি গুড়িয়ে দাঁতৰ ক্ষয় ৰোধ কৰাত সহায় কৰিব(This herbal powder will help in preventing tooth decay):

দাঁতৰ ক্ষয় ৰোধ কৰিবলৈ আপুনি এই বনৌষধি গুড়ি ব্যৱহাৰ কৰিব পাৰে । এই গুড়ি বনাবলৈ লঙৰ গুড়ি, দালচেনি গুড়ি, শুকান নিম পাতৰ গুড়ি আৰু লিকুৰাইচ গুড়ি সমান পৰিমাণে ল’ব লাগিব । এই পাউদাৰেৰে ব্ৰাছৰ সহায়ত দৈনিক দাঁত পৰিষ্কাৰ কৰিব লাগিব । এই গুড়িৰ বিশেষত্ব হ’ল সংবেদনশীল(sensitive) দাঁত থকা লোকেও ইয়াক ব্যৱহাৰ কৰিব পাৰে ।

দাঁতৰ ক্ষয় ৰোধ কৰিবলৈ এই বনৌষধি গুড়িৰ উপকাৰীতা(Benefits of this herbal powder to prevent tooth decay):

ই দাঁত পৰিষ্কাৰ কৰে, মুখৰ পৰা দুৰ্গন্ধ দূৰ কৰে, দাঁতৰ ক্ষয়ৰ পৰা মুক্তি প্ৰদান কৰাৰ লগতে জমা হোৱা পাইৰিয়াৰ পৰা মুক্তি পোৱাত সহায় কৰে ।

লগতে পঢ়ক: Durga puja special: দূৰ্গা পূজালৈ বুলি পুৰুষ-মহিলাই কিদৰে ল'ব ছালৰ যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.