ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

author img

By

Published : Oct 10, 2022, 1:14 PM IST

এগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থা এক অতি মূল্যৱান মুহূৰ্ত । এই সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লগা হয় । ইয়াৰ বাবেই কেৱল মাকেই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়(Benefits of eating rice during pregnancy) ।

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

এগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থা এক অতি মূল্যৱান মুহূৰ্ত । এই সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লগা হয় । ইয়াৰ বাবেই কেৱল মাকেই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়(Benefits of eating rice during pregnancy) ।

গৰ্ভাৱস্থাত মহিলাসকলে বহু সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয় । ইয়াৰ বাবে মহিলাসকল খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’ব লাগে । একে সময়তে গৰ্ভাৱস্থাত ভাত খালে কিমান কিমান উপকাৰী এই বিষয়টোক লৈ মানুহৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হয়, আহকচোন ইয়াৰ বিষয়ে সঠিকভাৱে জানো-

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাত ভাত খোৱাটো একেবাৰে নিৰাপদ । অৱশ্যে কিমান ভাত খায় ? ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । অত্যধিক পৰিমাণৰ ভাত খালে তেতিয়া ওজন বৃদ্ধি হ’ব পাৰে । ভাতৰ পৰা মেগনেছিয়াম অত্যধিক পৰিমাণে পোৱা যায়, যিয়ে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে । লগতে মাতৃগৰাকীও সুস্থ হৈ থাকে ।

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

White rice আৰু Brown rice দুয়োবিধেই গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী । ইয়াত কেলচিয়াম, ফাইবাৰ, ৰাইব’ফ্লেভিন, থাইয়ামিন আৰু ভিটামিন ডি থাকে । যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে । লগতে চাউলত প্ৰচুৰ পৰিমাণে পোৱা কাৰ্বহাইড্ৰেটে শৰীৰক শক্তি প্ৰদান কৰে ।

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

একে সময়তে Brown rice খালে গৰ্ভাৱস্থাত পেটৰ সৈতে জড়িত বিকাৰসমূহৰ পৰা গৰ্ভৱতী মহিলাক সকাহ দিয়ে । তদুপৰি এই ক্ষেত্ৰত পাচনতন্ত্ৰও শক্তিশালী হয় । লগতে Brown riceত গ্লাইচেমিক ইনডেক্স অতি কম । ইয়াৰ ফলত চুগাৰ নিয়ন্ত্ৰণত থাকে । ইয়াৰ বাবে গৰ্ভৱতী মহিলাই চাউল গ্ৰহণ কৰিব লাগে ।

Is eating rice during pregnancy good or bad for health
গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

ইয়াৰ বাবে Salmon মাছৰ লগত খাব পাৰি (Pregnancy food Salmon) । Salmon মাছত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ ফলত শিশুৰ মানসিক বিকাশ সঠিকভাৱে হয়(Salmon fish with rice) । ইয়াৰ উপৰিও ইয়াত এন্টি-ইনফ্লেমেটৰী, এন্টি-অক্সিডেটিভ, এন্টি-কাৰ্চিনোজেনিক গুণ আছে । এই গুণবোৰে মগজুক সকলো ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে । ইয়াৰ বাবে ভাতৰ সৈতে Salmon মাছ আৰু গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক: Irregular periods: কিয় হয় অনিয়মিত মাহেকীয়া ? জানক ইয়াৰ কাৰণ আৰু উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.