ETV Bharat / sukhibhava

স্বাস্থ্য অধিক বিপদজনক ই-চিগাৰেট: অধ্যয়ন

author img

By

Published : Oct 27, 2022, 8:36 PM IST

E cigarette cause heart disease . Heart attack by e cigarette aerosols . Heart disease .
স্বাস্থ্য অধিক বিপদজনক ই-চিগাৰেট: অধ্যয়ন

নিয়মীয়া চিগাৰেটতকৈ ই-চিগাৰেট শৰীৰৰ বাবে কম ক্ষতিকাৰক বুলি বহুতে বিশ্বাস কৰে । এই ভ্ৰান্ত ধাৰণাটোৰ বাবেই ই-চিগাৰেট সমগ্ৰ বিশ্বতে যুৱক-যুৱতীসকলৰ পছন্দৰ বিষয় হৈ পৰিছে। কিন্তু তেনেকৈ ভবাটো সম্পূৰ্ণ ভুল । ই-চিগাৰেটৰ এৰ’ছলৰ সংস্পৰ্শলৈ আহিলে হাৰ্ট এটেক হ’ব পাৰে বুলি ভাৰতীয় গৱেষকসকলকে ধৰি আমেৰিকাৰ এক নতুন অধ্যয়নকাৰী দলে প্ৰকাশ কৰিছে এই তথ্য ।

নিয়মীয়া চিগাৰেটতকৈ ই-চিগাৰেট শৰীৰৰ বাবে কম ক্ষতিকাৰক বুলি বহুতে বিশ্বাস কৰে । এই ভ্ৰান্ত ধাৰণাটোৰ বাবেই ই-চিগাৰেট সমগ্ৰ বিশ্বতে যুৱক-যুৱতীসকলৰ পছন্দৰ বিষয় হৈ পৰিছে। কিন্তু তেনেকৈ ভবাটো সম্পূৰ্ণ ভুল(E cigarette health hazards)। ই-চিগাৰেটৰ এৰ’ছলৰ সংস্পৰ্শলৈ আহিলে হাৰ্ট এটেক হ’ব পাৰে বুলি ভাৰতীয় গৱেষকসকলকে ধৰি আমেৰিকাৰ এক নতুন অধ্যয়নকাৰী দলে প্ৰকাশ কৰিছে এই তথ্য(E cigarette affects human health) ।

নেচাৰ কমিউনিকেচনত প্ৰকাশিত লুইছভিল বিশ্ববিদ্যালয়ৰ গৱেষক ক্ৰীষ্টিনা লী ব্ৰাউন এনভাইৰম ইনষ্টিটিউটৰ গৱেষকৰ এক অধ্যয়নত দেখা গৈছে যে ই-চিগাৰেট কিছুমান ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে এৰিথমিয়া আৰু হৃদৰোগৰ সৃষ্টি কৰে(E cigarette on immune system) ।

সহকাৰী অধ্যাপক এলেক্স কাৰ্লে কয় যে, "আমাৰ তথ্যই দেখুৱাইছে যে ই-চিগাৰেটৰ সৈতে হ্ৰস্বম্যাদী সংস্পৰ্শলৈ আহিলে ই-লিকুইডত থকা কিছুমান ৰাসায়নিক পদাৰ্থৰ বাবে হৃদযন্ত্ৰৰ ছন্দত ব্যাঘাত জন্মিব পাৰে(Cardiac arrest) । ই-লিকুইডত কিছুমান বিশেষ সোৱাদ বা দ্রাৱক থাকে যিয়ে হৃদযন্ত্ৰৰ বৈদ্যুতিক পৰিবাহিতাত ব্যাঘাত জন্মাব পাৰে ।" আৰু এৰিথমিয়া (হৃদৰোগ)ৰ সৃষ্টি কৰিব পাৰে(side effects e cigarettes) ।"

E cigarette cause heart disease . Heart attack by e cigarette aerosols . Heart disease .
স্বাস্থ্য অধিক বিপদজনক ই-চিগাৰেট: অধ্যয়ন

এলেক্স কাৰ্লে কয় যে ইয়াৰ প্ৰভাৱৰ ফলত এট্ৰিয়াল বা ভেণ্টিকুলাৰ ফাইব্ৰিলেচন আৰু হঠাতে হৃদযন্ত্ৰৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । গৱেষকসকলে ই-চিগাৰেটৰ দুটা মূল উপাদান (নিকোটিনমুক্ত প্ৰপাইলিন গ্লাইকল আৰু... ভেজিটেবল গ্লিচাৰিন) বা নিকোটিন-স্বাদযুক্ত ই-লিকুইড পৰীক্ষা কৰা হয়(heart attack by e cigarette) ।

তদুপৰি ইয়াৰ ফলত হৃদযন্ত্ৰৰ অন্যান্য সমস্যা হোৱা বুলিও জানিব পৰা গৈছে(heart attack by e cigarette aerosols) । ই-চিগাৰেটে নিয়মীয়া চিগাৰেটতকৈ অধিক মাত্ৰাত এলডিহাইড, পাৰ্টিকুলেট আৰু নিকোটিন প্ৰদান কৰে, যিবোৰ শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক(e cigarette cause heart disease) ।

লগতে পঢ়ক: Home Remedies For Crack Heels: মুখমণ্ডল সুন্দৰ কৰি ৰাখিলেই নহয়, ফটা গোৰোহাৰ ফালেও মন দিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.