ETV Bharat / sukhibhava

কেতিয়াও ফ্ৰীজত নাৰাখিব এইসমূহ শাক-পাচলি, স্বাস্থ্যৰ বাবে হ’ব পাৰে ক্ষতিকাৰক

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:29 PM IST

Health Tips: কিছুমান শাক-পাচলি ফ্ৰীজত ৰাখিলে আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । হয়, কিছুমান শাক-পাচলি আছে যিবোৰ ফ্ৰীজত ৰাখিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । জানো আহক কোনবোৰ শাক-পাচলি ফ্ৰীজত ৰখাটো উচিত নহয়-

Do not keep these vegetables in the fridge, they can spoil your health along with taste
কেতিয়াও ফ্ৰীজত নাৰাখিব এইসমূহ শাক-পাচলি, স্বাস্থ্যৰ বাবে হ’ব পাৰে ক্ষতিকাৰক

বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত ৷ যাৰ বাবে মানুহে প্ৰতিদিনে বজাৰলৈ যাব নোৱাৰে ৷ এনে পৰিস্থিতিত মানুহে গোটেই সপ্তাহটোৰ বাবে শাক-পাচলি কিনি ফ্ৰীজত ৰাখে ৷ কিন্তু আপুনি জানেনে যে কিছুমান শাক-পাচলি ফ্ৰীজত ৰাখিলে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ হয়, আপুনি কিছুমান শাক-পাচলি ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকিব লাগে ৷ কিছুমান শাক-পাচলি আছে যিবোৰ ফ্ৰীজত ৰাখিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হয় ৷ জানো আহক কোনবোৰ শাক-পাচলি ফ্ৰীজত ৰখাটো উচিত নহয়-

এই শাক-পাচলি ফ্ৰীজত নাৰাখিব-

ৰঙালাও ফ্ৰীজত নাৰাখিব

ৰঙালাওত বিটা কেৰটিন থাকে যিটো শক্তিশালী এন্টিঅক্সিডেন্ট ৷ ৰঙালাওত ভিটামিন চি আৰু ফাইবাৰো থাকে ৷ উল্লেখ্য যে,ৰঙালাও মাহৰ পিছত মাহ ধৰি বাহিৰত ৰাখিব পাৰি ৷ কিন্তু ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ বেয়া হৈ যাব পাৰে আৰু ই অতি সোনকালে নষ্ট হ’ব পাৰে ৷ কেতিয়াও ৰঙালাও ফ্ৰীজত ৰখাৰ ভুল নকৰিব ৷ এইবিধ পাচলি ফ্ৰীজ অবিহনেও নষ্ট নহয় ৷ সেয়েহে ঠাণ্ডা ঠাইত ৰাখিব লাগে ৷

পানী লাও ফ্ৰীজত নাৰাখিব-

পানী লাও ফ্ৰীজত ৰাখিব নালাগে ৷ কাৰণ কটা পানী লাও ফ্ৰীজত সংৰক্ষণ কৰিলে পুষ্টিকৰ উপাদানৰ অভাৱ হয় আৰু ই সোনকালে নষ্ট হ’বলৈ আৰম্ভ কৰে ৷ সেয়েহে পানী লাও ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকক ৷

আলু ফ্ৰীজত নাৰাখিব-

কেঁচা আলু কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে ৷ উল্লেখ্য যে, কেঁচা আলু ফ্ৰীজত ৰাখিলে পচি যাব পাৰে ৷ সেয়ে আলু ফ্ৰীজত ৰাখিব নালাগে ৷ আলু ফ্ৰীজত ৰাখিলে আলু সোনকালে অংকুৰিত হয় বুলিও কোৱা হয় ৷ সেয়েহে আলু ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকক ৷

লগতে পঢ়ক: Child Health Care: শিশুৰো হ’ব পাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ; অভিভাৱকসকলে কেনেদৰে ল’ব যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.