মৰাণত আলফাৰ লিংকমেন আটক

author img

By

Published : Sep 22, 2022, 8:52 AM IST

ULFA Linkman arrested by Moran Police

ৰাজ্যত পুনৰ সক্ৰিয় হৈছে আলফা স্বাধীন ৷ মৰাণৰ বেজপথাৰ গাঁৱৰ পৰা আটক বিৰাজ গগৈ নামৰ সন্দেহজনক আলফা লিংকমেন ৷ মৰাণ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা আটক কৰে বিৰাজ গগৈক(ULFA Linkman arrested by Moran Police) ৷

  • মৰাণত আলফাৰ লিংকমেন আটক
  • মৰাণ আৰক্ষীয়ে আটক কৰে লিংকমেনটোক
  • ধৃত লিংকমেনটো বিৰাজ গগৈ বুলি জানিব পৰা হৈছে
  • বিৰাজৰ ঘৰ মৰাণ বেজপথাৰ গাঁৱত
  • ব্যক্তিজনৰ পৰা বহু আপত্তিজনক নথিপত্ৰৰ লগতে মোবাইল ফোন জব্দ কৰে মৰাণ আৰক্ষীয়ে
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.