তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত দুগৰাকী মহিলা

author img

By

Published : Sep 26, 2022, 10:22 AM IST

Updated : Sep 26, 2022, 11:51 AM IST

Road accident in Tinsukia
তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত দুগৰাকী মহিলা ()

তিনিচুকীয়া জিলাৰ লংছোৱাল গুৰুকুলৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ থিতাতে দুগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত আন দুগৰাকী মহিলা ৷

  • তিনিচুকীয়া জিলাৰ লংছোৱালৰ গুৰুকুলৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Tinsukia)
  • থিতাতে দুগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত আন দুগৰাকী মহিলা
  • তিনিচুকীয়াৰ পৰা শদিয়া অভিমুখে গৈ আছিল দুখন বাহন
  • এখন সামগ্ৰী কঢ়িওৱা বাহনক একে দিশৰ পৰা গৈ থকা বলেৰ’ পিক আপ ভানে পাছফালৰ খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনটো
  • মহিলাকেইগৰাকী তিনিচুকীয়াৰ এখন সাপ্তাহিক বজাৰলৈ সামগ্ৰী বিক্ৰিৰ বাবে গৈ আছিল বুলি জানিব পৰা গৈছে
  • আহত মহিলা দুগৰাকীক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰলৈ প্ৰেৰণ
  • প্ৰাপ্ত তথ্য অনুসৰি নিহত মহিলা দুগৰাকী শদিয়াৰ ন-তৰাণী গাঁৱৰ
  • ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত
  • দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিকআপ বাহনখন পলায়নৰ চেষ্টা কৰিছিল যদিও জব্দ কৰিলে আৰক্ষীয়ে
    তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত দুগৰাকী মহিলা
Last Updated :Sep 26, 2022, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.