ETV Bharat / state

তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ

author img

By

Published : Jul 9, 2022, 10:54 PM IST

তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ ৷ বৰধুমচা আৰক্ষী থানৰ অন্তৰ্গত ডিব্ৰু নদীৰ সমীপৰ পেঙেৰীৰ ২ নং কুজুপাথৰত পুনৰ গুলীবর্ষণ দুয়োপক্ষৰ ৷

Firing between ULFA I and Army in Tinsukia
তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ

  • তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ ৷
  • বৰধুমচা আৰক্ষী থানৰ অন্তৰ্গত ডিব্ৰু নদীৰ সমীপৰ পেঙেৰীৰ ২ নং কুজুপাথৰত পুনৰ গুলীবর্ষণ দুয়োপক্ষৰ ৷
  • শনিবাৰে ‌আবেলিৰ পৰাই অঞ্চলটোত মোতায়ন কৰা হৈছিল আৰক্ষী আৰু সেনা বাহিনীৰ লোকক ।
  • ৰূপম অসমৰ তত্বাবধানত আলফা(স্বা)ৰ(ULFA I) দলটো থকা বুলি সন্দেহ কৰা হৈছে ৷
  • সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.