ETV Bharat / state

কাকপথাৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন

author img

By

Published : Jun 13, 2019, 10:32 PM IST

কাকপথাৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন

টিম্পু মাৰ্জি নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰি থকা অৱস্থাত ঘৰটোত থকা বিদ্যুতৰ তাঁৰত লাগি যোৱাৰ ফলত ঘটনাটো সংঘটিত হয় ৷

কাকপথাৰ,১৩জুন; বৃহস্পতিবাৰে কাকপথাৰৰ চেলেংগুৰীত সংঘটিত হয় শোকাবহ ঘটনা । বিদ্যুৎপৃষ্ট হৈ এজন নিহত হোৱাৰ উপৰি আহত হয় দুজনকৈ লোক । মৃত যুৱকজনৰ নাম লিনোজ খাৰিয়া । ইফালে আঘাতপ্ৰাপ্ত চুনু মাহালি আৰু মিনু মাৰ্জিক ততাতৈয়াকৈ ভৰ্তি কৰা হয় হাস্পাতলত ।

কাকপথাৰত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন


ঘটনাৰ বিৱৰণী অনুসৰি টিম্পু মাৰ্জি নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰি থকা অৱস্থাত ঘৰটোত থকা বিদ্যুতৰ তাঁৰত লাগি যোৱাৰ ফলত ঘটনাটো সংঘটিত হয় ৷

Intro:কাকপথাৰৰ চেলেংগুৰীত বিদ্যুৎ পৃষ্ট হৈ এজন নিহত, দুজন আহত

শদিয়া : কাকপথাৰ থানাৰ অন্তগত ২নং চেলেমগুৰীত বিদ্যুৎ পৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে ৷ মৃত যুৱকজনৰ নাম লিনোজ খাৰিয়া(28) ৷ আজিৰ দিনত হোৱা শোকাৱহ ঘটনাটোত যুৱকজন থিতাতে নিহত হোৱাৰ বিপৰীতে আঘাটপ্ৰাপ্ত দুজনক ততাতৈয়াকৈ কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ আঘাটপ্ৰাপ্ত চুনু মাহালি(25) আৰু মিনু মাৰ্জি(33) বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি ঘৰৰ ওচৰৰে টিম্পু মাৰ্জি নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰি থকা অৱস্থাত অকস্মাতে ঘৰৰ বিদ্যুতৰ তাঁৰত লাগি যোৱাত ঘটনাটো সংঘটিত হ'য় ৷ এজন যুৱকৰ মৃত্যুত আৰু দুজনৰ গুৰুতৰভাবে আহত হোৱা ঘটনাই শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷Body:Byte : House OwnerConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.