Road Accident in Tezpur: তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি

author img

By

Published : Nov 15, 2022, 2:11 PM IST

Tezpur

তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি (Dumper killed GP president in Tezpur) ৷ চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাচাৰ নিহত ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী ।

  • তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি (Dumper killed GP president in Tezpur) ৷
  • নিহত চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাচাৰ (Road accident in Tezpur) ৷
  • দুৰ্ঘটনাৰ সময়ত এখন স্কুটীৰে গৈ আছিল সভাপতিগৰাকী ৷
  • ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে ৷
  • ডাম্পাৰৰ দৌৰাত্ম্যক লৈ উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ ৷
  • ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.