DGP Emergency meeting: তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ জৰুৰী বৈঠক

author img

By

Published : Dec 20, 2022, 1:14 PM IST

Updated : Dec 20, 2022, 1:20 PM IST

DGP Bhaskar jyoti Mahanta emergency meeting in Tezpur

তেজপুৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (DGP emergency meeting in Tezpur)৷ জিলাখনৰ উপায়ুক্ত, পৰিবহণ বিষয়াৰ লগত উচ্চস্তৰীয় বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

  • তেজপুৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (emergency meeting in Tezpur)
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত তেজপুৰত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar jyoti Mahanta)
  • জিলাখনৰ উপায়ুক্ত, পৰিবহণ বিষয়াৰ লগত উচ্চস্তৰীয় বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী
  • এই বৈঠকত আলোচ্য বিষয়সমূহ-
  • ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে পথ দুর্ঘটনাই
  • ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত আৰক্ষীৰ কঠোৰ পদক্ষেপ
  • ৰেহাই দিয়া নহ’ব বাইক ষ্টান্টকাৰীক
  • অসমৰ আঠখন জিলাত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য প্ৰকাশ
Last Updated :Dec 20, 2022, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.