ETV Bharat / state

অনাময়ত ব্যাপক দুৰ্নীতি-অনিয়ম!

author img

By

Published : Sep 10, 2019, 10:17 AM IST

আমগুৰিত অনাময় আচনিৰ শৌচাগাৰ নিৰ্মাণত অনিয়ম ৷ পূৰ্বাহ্ন নামৰ এন জি অ' টোৰ বিৰুদ্ধে নিম্নমানৰ শৌচাগাৰৰ টেংকী নিৰ্মাণ কৰি হিতাধিকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আমগুৰিত চৰকাৰী শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ


আমগুৰি, 10 ছেপ্তেম্বৰঃ আমগুৰিত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণত পূৰ্বাহ্ন নামৰ এন জি অ' টোৰ বিৰুদ্ধে উঠিছে অনিয়মৰ অভিযোগ ৷ নিম্নমানৰ শৌচাগাৰৰ টেংকী নিৰ্মাণ কৰি হিতাধিকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে সংস্থাটোৰ বিৰুদ্ধে । আমগুৰি পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ ৰমেশ শইকীয়া নামৰ ব্যক্তিজনৰ শৌচাগাৰ নিৰ্মাণ কৰি থকাৰ পিছতে অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে ।ব্যক্তিজনৰ অভিযোগ মৰ্মে অতি নিম্নমানৰ তাঁৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা টেংকি ব্যৱহাৰ নকৰোতেই ভাঙি যোৱা বুলি জানিব পাৰি সংস্থাটোৱে ব্যক্তিজনৰ শৌচাগাৰৰ কুমুদৰ লগতে টেংকী আৰু দুৱাৰ ভাঙি পলায়ন কৰে । এই ঘটনাই অনাময় আঁচনিৰ অন্তৰ্গত স্বচ্ছ ভাৰত মিছনক পূৰ্বাহ্নৰ দৰে স্বেচ্ছাসেৱী সংগঠনে ভেঙুচালি কৰাৰ অভিযোগ উঠিছে ।

আমগুৰিত চৰকাৰী শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ
Intro:Body:আমগুৰি, ১০ ছেপ্টেম্বৰ:

আমগুৰিত অনাময় আচনিৰ শৌচাগাৰ নিৰ্মাণত অনিয়ম

পূৰ্বাহ্ন নামৰ এন জি অ' টোৰ বিৰুদ্ধে উঠিছে অনিয়মৰ অভিযোগ

নিম্নমানৰ শৌচাগাৰৰ টেংকী নিৰ্মাণ কৰি হিতাধিকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আমগুৰি পৌৰসভাৰ ৪ নং ৱাৰ্ডৰ ৰমেশ শইকীয়া নামৰ ব্যক্তিজনৰ শৌচাগাৰ নিৰ্মাণ কৰি থকাৰ পিছতে অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে।

অতি নিম্নমানৰ তাঁৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা টেংকি ব্যৱহাৰ নকৰোতেই ভাঙি যোৱাৰ পিছত অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাত এন জি অ' টোৰ নিৰ্মাণকাৰী ঠিকাদাৰে ৰমেশ শইকীয়া নামৰ ব্যক্তিজনৰ শৌচাগাৰৰ কুমুদৰ লগতে দৰ্জা ভাঙি পলায়ন কৰে।

এই ঘটনাই অনাময় আঁচনিৰ অন্তৰ্গত স্বচ্ছ ভাৰত প্ৰসংগক পূৰ্বাহ্ন নামৰ এন জি অ' টোৰ বিৰুদ্ধে ভেঙুচালি কৰাৰ অভিযোগ উঠিছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.