ETV Bharat / state

নলবাৰীত আটক দুই গৰু চোৰ

author img

By

Published : May 4, 2019, 12:03 PM IST

নলবাৰীত আটক দুই গৰু চোৰ

আটকধীন চোৰ দুজন ক্ৰমে ৰেজেক আলী আৰু তছনুৰ আলী ৷

নলবাৰী, 4 মে': শুকুৰবাৰে নলবাৰীৰ কমাৰকুছি আৰক্ষীয়ে আটক কৰে গাড়ীসহ দুই গৰু চোৰক ৷ সম্প্ৰতি দুয়োটা চোৰকে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

নলবাৰীত আটক দুই গৰু চোৰ


নিশা নলবাৰীৰ কমাৰকুছিত এখন মাৰুতি 800 গাড়ীসহ আটক কৰা চোৰ দুটা ৰেজেক আলী আৰু তছনুৰ আলী ৷ জানিব পৰা মতে চোৰ দুজনৰ ঘৰ ৰঙিয়াত ৷ উদ্ধাৰ হোৱা বাহনখনৰ নম্বৰ (AS 01 F 6595)৷ গাড়ীখনৰ ভিতৰত লোৰ ৰড আৰু চোকা অস্ত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে ।

Slug=Thief Arrested...3May...
FTP






V.O=নলবাৰীৰ কমাৰকুছি অাৰক্ষীয়ে অাটক কৰিলে গাড়ী সহ ২ গৰু চোৰক ৷ সম্প্ৰতি দুই চোৰক জেৰা অব্যাহত ৰাখিছে কমাৰকুছি আৰক্ষীয়ে৷উল্লেখ্য যে নিশা নলবাৰী জিলাৰ কমাৰকুছিত এখন মাৰুতি 800 গাড়ী সহ দুজন গৰু চোৰক অাটক কৰিবলৈ সক্ষম হৈছে কমাৰকুছি আৰক্ষী । চোৰ দুটা হল ৰেজেক অালী অাৰু তছনুৰ অালী ।ধৃত দুই চোৰৰ ঘৰ ৰঙিয়াত । উদ্বাৰ হোৱা গাড়ী খনৰ নম্বৰ(AS 01 F 6595)৷গাড়ীখনৰ ভিতৰত লোৰ ৰড আৰু চোকা অস্ত্ৰও উদ্বাৰ কৰে অাৰক্ষীয়ে ।সম্প্ৰতি দুই চোৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

 


কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.