ETV Bharat / state

নলবাৰীত আছুৰ কা বিৰোধী প্ৰতিবাদ

author img

By

Published : Mar 21, 2021, 9:17 AM IST

সমগ্ৰ অসমৰ লগতে নলবাৰীতো শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ নলবাৰী, ঘগ্ৰাপাৰ, আল্লিয়া, বৰাজোল, পশ্চিম বনভাগ আৰু ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলী বাহিৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

caa-protest-at-nalbari
নলবাৰীত আছুৰ কা বিৰোধী প্ৰতিবাদ

নলবাৰী,21মাৰ্চ: সমগ্ৰ অসমৰ লগতে নলবাৰীতো শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ নলবাৰী, ঘগ্ৰাপাৰ, আল্লিয়া, বৰাজোল, পশ্চিম বনভাগ আৰু ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলী বাহিৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নলবাৰী শ্বহীদ ভৱনৰ পৰা উলিওৱা হয় এই বাইক ৰেলী ৷ ইপিনে,কোনো কাৰণতে CAA মানি লোৱা নহ'ব বুলি হুংকাৰ দি আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী আছু কৰ্মীসকলে ৷

লগতে পঢ়কঃনৱ কুমাৰ শৰণীয়ালৈ পূৰ্ণ সমৰ্থন গণ সুৰক্ষা পাৰ্টিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.