ETV Bharat / state

Theft at bank in Kaliabor: বেংকৰ লকাৰ ভাঙি চোৰে লুটি নিলে পাঁচ লক্ষাধিক টকা

author img

By

Published : Nov 7, 2022, 11:01 AM IST

Updated : Nov 7, 2022, 12:09 PM IST

কলিয়াবৰৰ ভলাগুৰি সমবায় সমিতি বেংকত চুৰিকাণ্ড (Theft at bank in Kaliabor) ৷ লকাৰ ভাঙি বেংকত চোৰে চলালে লোট-পাত (Theft at bank in Kaliabor) ৷ লুটি নিয়ে পাঁচ লাখ টকা ৷

thieves-broke-into-bank-lockers-and-looted-in-kaliabor
বেংকৰ লকাৰ ভাঙি চোৰে লুটি নিলে পাঁচ লক্ষাধিক টকা

  • কলিয়াবৰৰ ভলাগুৰি সমবায় সমিতি বেংকত চুৰিকাণ্ড (Theft at bank in Kaliabor)
  • লকাৰ ভাঙি বেংকত চোৰে চলালে লুটপাত
  • লগতে চুৰে লুটিলে পাঁচ লাখ টকা (Theft At Kaliabor)
  • ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
  • কাৰ্যালয় চৌহদত নৈশ চকীদাৰ আৰু CCTV কেমেৰা নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড
  • দেওবাৰে নিশা সংঘটিত হয় এই ঘটনাটো
    বেংকৰ লকাৰ ভাঙি চোৰে লুটি নিলে পাঁচ লক্ষাধিক টকা
Last Updated : Nov 7, 2022, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.