ETV Bharat / state

হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

author img

By

Published : Aug 27, 2022, 1:04 PM IST

নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)। নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক। আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ।

Drug addicted killed friend at Nagaon in Assam
হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

  • নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)
  • নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক
  • আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ
  • আৰিয়ান আৰু তিনি বন্ধুৱে ড্ৰাগছ সেৱন কৰিছিল একেলগে (Nagaon murder case)
  • বৃহস্পতিবাৰে পুৱা পথৰ দাঁতিত উদ্ধাৰ হৈছিল আৰিয়ানৰ মৃতদেহ
  • অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই মৃত্যু হোৱা বুলি স্বীকাৰুক্তি তিনি বন্ধুৰ
  • আৰক্ষীয়ে আটক কৰিছে গুদ্দু, ৰৌচন আহমেদ আৰু ছহিদুল ইছলামক
  • হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল নগাঁও সদৰ থানাৰ চৌহদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.