ETV Bharat / state

Robbery took place at Dhing: ধিঙৰ প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি

author img

By

Published : Dec 13, 2022, 12:12 PM IST

নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ ঘটনা ৷ ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ গৃহত লোমহৰ্ষক ডকাইতি (Robbery took place at Dhing) ৷ মোবাৰক আলী পাঠান আৰু তেওঁৰ পৰিয়ালক আক্ৰমণ কৰি তেওঁৰ গৃহত কৰিলে লুটপাট ৷

Robbery took place at home of former MLA in Dhing
ধিঙৰ প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি

  • নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ ঘটনা
  • ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ গৃহত লোমহৰ্ষক ডকাইতি (Robbery took place at Dhing)
  • মোবাৰক আলী পাঠান আৰু তেঁওৰ পৰিয়ালক আক্ৰমণ কৰি তেওঁৰ গৃহত লুটপাট
  • ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান
    Robbery took place at home of former MLA in Dhing
    hfধিঙৰ প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি
  • বিধায়কগৰাকীৰ পত্নী ৱাহিদা বেগম আৰু তেওঁৰ বোৱাৰী ৰশ্মি বেগমো আহত
  • অচেতন অৱস্থাত তিনিওকে নগাঁৱত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.