ETV Bharat / state

Road accident in Nagaon: নগাঁৱত পথ দুৰ্ঘটনাত নিহত বন বিষয়া সুৰজিত সিং

author img

By

Published : Oct 11, 2022, 8:21 AM IST

Road Accident in Nagaon
নগাঁৱত পথ দুৰ্ঘটনাত নিহত বন বিষয়া সুৰজিত সিং

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Nagaon)। দুৰ্ঘটনাত নিহত নগাঁৱৰ বন বিষয়া সুৰজিত সিং ।

  • নগাঁৱৰ বেবেজীয়াত নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা (Road Accident in Nagaon)
  • এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত নিহত হয় বন বিষয়া সুৰজিৎ সিং
  • গুৱাহাটীলৈ বিভাগীয় কামত গৈছিল বন বিভাগৰ কৰ্মচাৰীজন (Forest officer killed after being hit by traveller)
  • উভতি অহাৰ পথত বেবেজীয়াত নিজৰ বাহনৰ পৰা নামি ক্ৰয় কৰিছিল ঘৰুৱা সামগ্ৰী
  • সামগ্ৰী ক্ৰয় কৰি নিজৰ বাহনলৈ যোৱাৰ সময়তে ট্ৰেভেলাৰখনে খুন্দিয়াই বন বিষয়াজনক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.