3 Police reserve closed: নগাঁৱৰ 3 আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

author img

By

Published : Nov 5, 2022, 10:49 PM IST

Nagaon police station OC reserve closed

অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগত নগাঁও আৰক্ষীয়ে ৰিজাৰ্ভ ক্ল'জ কৰে বিষয়াকেইগৰাকীক ৷ জিলাখনত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাত নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছিল ব্যৰ্থতাৰ অভিযোগ ।

  • নগাঁও আৰক্ষীৰ তিনি বিষয়াক ৰিজাৰ্ভ ক্ল'জ(Nagaon police station OC reserve closed)
  • অনিয়মত লিপ্ত হোৱাৰ অভিযোগ বিষয়াকেইগৰাকীৰ বিৰুদ্ধে(Nagaon police against corruption)
  • নগাঁৱৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে বিষয়াকেইগৰাকীক
  • মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আন দুই বিষয়াক কৰা হয় ৰিজাৰ্ভ ক্ল'জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.