ETV Bharat / state

কামপুৰ বজাৰত ৰেল বিভাগৰ উচ্ছেদ অভিযান

author img

By

Published : Jun 24, 2019, 2:16 PM IST

এফালৰ পৰা সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানত ৰেলবিভাগে চলালে উচ্ছেদ অভিযান

কামপুৰ বজাৰত ৰেল বিভাগৰ উচ্ছেদ অভিযান

বঢ়মপুৰ,২৪ জুন : সোমবাৰে কামপুৰ বজাৰত ৰেল বিভাগে উচ্ছেদ অভিযান চলায় ৷ ৰেল বিভাগৰ নিৰ্মীয়মান ৰেল পথৰ বাবেই এই উচ্ছেদ অভিযান চলাই ৰেল বিভাগে ।

দুখনকৈ জেচিবিৰে ৰেল বিভাগে এই উচ্ছেদ অভিযান চলায় ৷ ৰেল বিভাগৰ লোকে জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি ৰেল বিভাগে জাননী দি অহাৰ পাচতো কোনো গুৰুত্ব দিয়া নাছিল এই ব্যৱসায়ী সকলে ৷

কামপুৰ বজাৰত ৰেল বিভাগৰ উচ্ছেদ অভিযান
Intro:কামপুৰ বজাৰত ৰেল বিভাগৰ চলালে উচ্ছেদ অভিযান ৷ এফালৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানত চলাইছে উচ্ছেদ অভিযান ৷ ৰেল বিভাগৰ নিৰ্মীয়মান ৰেল পথৰ বাবেই এই উচ্ছেদ অভিযান চলাই ৰেল বিভাগে৷ দুখনকৈ জেচিবি ৰে চলাইছে উচ্ছেদ অভিযান ৷দীৰ্ঘ দিন ধৰি ৰেল বিভাগে জাননী দি অহা পাছতো কোনো গুৰুতৰ দিয়া নাছিল ব্যৱসায়ী সকলে |
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.