ETV Bharat / state

কলিয়াবৰত বন‍্য হস্তীৰ সন্ত্ৰাস

author img

By

Published : May 26, 2020, 5:48 PM IST

খাদ‍্যৰ সন্ধানত উলাই অহা বন‍্য হস্তীয়ে সোণাৰী গাঁৱত পদুম হাজৰিকাৰ গৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷

Elephant Terror at Kaliabor
কলিয়াবৰত বন‍্য হস্তীৰ সন্ত্ৰাস

কলিয়াবৰ, 26মেঃ নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্য হস্তীয়ে উপদ্ৰৱ চলাইছে কলিয়াবৰৰ বিভিন্ন অঞ্চলত । মঙলবাৰে পুৱতি নিশা কলিয়াবৰৰ সোনাৰী গাঁৱত উপদ্ৰৱ চলালে এটা বন্যহস্তীয়ে । গাঁওখনৰ পদুম হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰ ক্ষতিসাধন কৰে এটা প্ৰকাণ্ড বন্যহস্তীয়ে ৷ ভঁৰালৰ ধান বিচাৰি বাসগৃহটোৰ সন্মূখৰ গ্ৰীল ভাঙি ক্ষতিসাধন কৰে ৷

কলিয়াবৰত বন‍্য হস্তীৰ সন্ত্ৰাস

ইপিনে বন বিভাগে যদি বন্যহস্তীৰ জাকটো খেদি নপঠিয়াই অঞ্চলটোত পুনৰ উপদ্ৰৱ চলোবাৰ আশংকা প্ৰকাশ কৰিছে ৷ লগতে বন বিভাগক বিহিত অতিশীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে চাঁওকঃ কলিয়াবৰত ভয়ংকৰ গৰাখহনীয়াত শংকিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.