ETV Bharat / state

Drugs seized in Nagaon: নগাঁৱত আৰক্ষী চি আৰ পি এফৰ যুটীয়া অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Nov 21, 2022, 11:58 AM IST

Updated : Nov 21, 2022, 12:59 PM IST

Drugs peddler arrested with drugs in Nagaon
নগাঁৱত আৰক্ষী চি আৰ পি এফৰ যুটীয়া অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱৰ কাতিমাৰী গ্ৰান্টত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযান কালত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰী ৷ হয়বৰগাঁও নগৰ আৰক্ষী আৰু কাতিমাৰীস্থিত ৩৪ নং CRPF বাহিনীৰ যুটিয়া অভিযান ৷

  • নগাঁৱৰ কাতিমাৰী গ্ৰান্টত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • হয়বৰগাঁও নগৰ আৰক্ষী আৰু কাতিমাৰীস্থিত ৩৪ নং CRPF বাহিনীৰ যুটিয়া অভিযান
  • বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰী(Drugs peddler arrested with drugs)
  • জব্দ কৰা হে'ৰইনখিনিৰ পৰিমান ১২.২৬ গ্ৰাম
  • আটকাধীন সৰবৰাহকাৰী দুটা হৈছে ৰাতুল হুছেইন আৰু ৰছিদুল ইছলাম
  • ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ কাতিমাৰিতে বুলি জানিব পৰা গৈছে
  • সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীদুটাক সোধা-পোছা অব্যাহত ৰাখিছে
    নগাঁৱত আৰক্ষী চি আৰ পি এফৰ যুটীয়া অভিযানত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
Last Updated :Nov 21, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.