ETV Bharat / state

মৰিগাঁৱত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ

author img

By

Published : Mar 20, 2021, 10:10 PM IST

মৰিগাঁৱত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ ৷ বিভিন্ন শ্লোগানেৰে বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়ে প্ৰতিবাদী আছু কৰ্মীয়ে ৷

মৰিগাঁৱত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ
মৰিগাঁৱত আছুৰ 'কা' বিৰোধী প্ৰতিবাদ

মৰিগাঁও,20 মাৰ্চ: মৰিগাঁৱত আছুৰ নাগৰিকত্ব সংশোধনী আইন তথা 'কা' ৰ বিৰুদ্ধে বাইক ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ অসম আৰু অসমীয়াই 'কা' মনা নাছিল, এতিয়াও মনা নাই আৰু ভবিষ্যতেও নামানে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

বাইক ৰেলীৰে গাঁৱে-ভূঞে 'কা'ৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি শাসকীয় বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়ে প্ৰতিবাদী আছু কৰ্মীয়ে ৷

লগতে পঢ়ক: "আকৌ এবাৰ মোডী চৰকাৰ" ধেমাজিত নৃত্যত ব্যস্ত মন্ত্ৰী হিমন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.