ETV Bharat / state

মাজুলীত বিজেপিৰ জিলা সাধাৰণ সম্পাদক নিতুল নাথক আক্ৰমণ

author img

By

Published : Oct 4, 2019, 10:53 PM IST

Updated : Oct 4, 2019, 11:03 PM IST

মাজুলীত বিজেপি জিলা সাধাৰণ সম্পাদক নিতুল নাথক আক্ৰমণ

মাজুলীত বিজেপিৰ জিলা সাধাৰণ সম্পাদক নিতুল নাথক আক্ৰমণ কোনো দুৰ্বৃত্তৰ ৷ শুকুৰবাৰে সন্ধিয়া এন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই আক্ৰমণ কৰে বিজেপি নেতা গৰাকীক ৷

মাজুলী, 4 অক্টোবৰঃ

  • মাজুলী বিজেপিৰ জিলা সাধাৰণ সম্পাদক নিতুল নাথক আক্ৰমণ
  • এন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই আক্ৰমণ কৰে বিজেপি নেতা গৰাকীক
    মাজুলীত বিজেপি জিলা সাধাৰণ সম্পাদক নিতুল নাথক আক্ৰমণ
  • ঘৰৰ নিছেই কাষতে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে নিতুল নাথক
  • সংকটজনক অৱস্থাত গড়মূৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি
  • ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই আক্ৰমণ কৰিছিল বিজেপি নেতা গৰাকীক
  • নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ লৈ প্ৰেৰণ
Intro:Majuli Big Breaking

মাজুলী বিজেপি জিলা সাধাৰন সম্পাদক নিতুল নাথক আক্ৰমণ ।
এন্ধাৰ সুযোগ লৈ দুবৃৰ্ত ই আক্ৰমন কৰে বিজেপি নেতা গৰাকীক।
দাৰে উপৰ্যুপৰি ঘপিয়াইছে নেতা নিতুল নাথক ।ঘৰৰ নিছেই কাষতে এই ঘটনা ।
সংকটজনক অৱস্থাত গড়মূৰ অসামৰিক চিকিৎসা লয়ত ভৰ্তি ।
ইয়াৰ আগতো আক্ৰমন কৰিছে বিজেপি নেতা গৰাকীক ।
নেতা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ লৈ প্ৰেৰণ কৰিছে।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ।Conclusion:
Last Updated :Oct 4, 2019, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.