মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী

author img

By

Published : Sep 26, 2022, 9:13 AM IST

Updated : Sep 26, 2022, 6:32 PM IST

Cattle Smugglers arrested in Majuli
মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী ()

বাংলাদেশলৈ গো সৰবৰাহ ৷ এইবাৰ মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী (Smugglers arrested in Majuli) ৷ মাজুলী জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে আটক কৰে সৰবৰাহকাৰীকেইটাক ৷ জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল এই অভিযান (Cattle seized in Majuli) ৷

  • এইবাৰ মাজুলীৰ পৰা বাংলাদেশলৈ গো সৰবৰাহৰ ঘটনা
  • মাজুলীৰ পৰা গৰুসহ আটক গৰুৰ চোৰাং সৰবৰাহকাৰী (Smugglers arrested in Majuli)
  • জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাইমুখ বালিচাপৰি ঘাটৰ পৰা দেওবাৰে আটক তিনি সৰবৰাহকাৰীক
  • জেংৰাইমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ কুমাৰ চুতীয়াৰ নেতৃত্বত চলিছিল অভিযান (Cattle seized in Majuli)
    মাজুলীৰ পৰা বাংলাদেশলৈ গো-ধন সৰবৰাহ: গৰুসহ আটক চোৰাং সৰবৰাহকাৰী
  • অভিযান কালত ৰচিদ বিহীন 30 তাতকৈ অধিক গৰু জব্দ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
  • জানিব পৰা মতে বৃহৎ পৰিমানৰ গো-ধনসমূহ গোগামুখৰ পৰা আনিছিল মাজুলীলৈ
  • এই গো-ধনসমূহ অবৈধভাৱে বিভিন্ন সময়ত সৰবৰাহকাৰীয়ে বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে বুলি জনাই আৰক্ষীয়ে
Last Updated :Sep 26, 2022, 6:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.