ETV Bharat / state

Anti Corruption Mission: উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া

author img

By

Published : Dec 17, 2022, 3:09 PM IST

Updated : Dec 17, 2022, 3:47 PM IST

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া ৷ NPSৰ ধন মোকলাই দিয়া নামত এজন শিক্ষকৰ পৰা বিচাৰিছিল 3 হাজাৰ টকাৰ উৎকোচ (Arrested for taking bribe at Bihpuria)৷

Anti Corruption arrested officials at Bihpuria
বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়াক গ্ৰেপ্তাৰ

  • দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিহপুৰীয়াৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া (Junior account assistant Jagat Ch Nath)
    উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া
  • ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বিহপুৰীয়া উপ-কোষাগাৰৰ বিষয়া জগত চন্দ্ৰ নাথ (Sub Treasury office Bihpuria)
  • NPSৰ ধন মোকলাই দিয়া নামত এজন শিক্ষকৰ পৰা বিচাৰিছিল 3 হাজাৰ টকাৰ উৎকোচ (Arrested for taking bribe at Bihpuria)
  • বৃহনলা পেগু নামৰ শিক্ষকজনৰ পৰা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ঘোচখোৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়াজন (Anti Corruption arrested officials at Bihpuria)
Last Updated : Dec 17, 2022, 3:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.